mediahouse assam guwahati assamesepaper assamesenews instapost instanews asomiyapratidin instastory media digitalmedia branding letssociallyslay sadinweekly social_vento business hustle content digitalera digitalindia loksabhaelection2019 socialmedia srilanka strength design hardwork magazine sfsa2019 startuplife awareness smetanafoto
#britain #kolkatatimes #lumba #bahraich #cuttack #banaras #northeastindia #bhagalpuri #lehenga #salwarsuit #gujaratiwedding #bride #dupatta #jaipur #punjabisuit #bombay #saree #guwahaticity #guwahatidiaries #dibrugarh #mediahouse #assamese #ahmedabad #northeast #tezpur #kerela #nagaon #surat #shillong #like
মুকলি হ’ল নতুন ২০ টকীয়া নোট…
ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিলে নতুন ২০ টকীয়া নোট।মহাত্মা গান্ধী ছিৰিজৰ এই নতুন ২০ টকীয়া নোট।
নতুনকৈ মুকলি হোৱা নোটখনৰ ৰং হৈছে হালধীয়া।ৰিজাৰ্ভ বেংকে সদৰী কৰা অনুসৰি, পুৰণি ২০ টকীয়া নোটো প্ৰচলন অব্যাহত থাকিব বজাৰত।
.
.
#asomiyapratidin
#assamesepaper
#assamesenews
#reservebankofindia
#newnote #20rupees #instapost #instanews #instastory #mediahouse #guwahati #assam
উত্তৰ প্ৰদেশত আজি দুটাকৈ ৰে’লীত অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে…
.
.
উত্তৰ প্ৰদেশত আজি দুটাকৈ ৰে’লীত ভাগ ল’ব প্ৰিয়ংকা গান্ধীয়ে।ৱাৰাবঙ্কী আৰু ওন্নাৱৰ দুটা ৰেলীত অংশ ল’ব প্ৰিয়ংকাই।দুপৰীয়া ১২ বজাৰ পূৰ্বেই উত্তৰ প্ৰদেশত উপস্থিত হ’বগৈ কংগ্ৰেছ নেত্ৰী গৰাকী।প্ৰিয়ংকাৰ আগমণক লৈ কংগ্ৰেছ কৰ্মী সকলৰ মাজত ব্যাপক উছাহ।
.
.
#asomiyapratidin
#assamesepaper
#assamesenews #uttarpradesh #priyankagandhivadra #rally #loksabhaelection2019 #instapost #instanews #mediahouse #guwahati #assam
."প্ৰতিভাৰ নতুন কিৰণ"
.
আমাৰ এই সপ্তাহৰ 'প্ৰতিভাৰ নতুন কিৰণ' হৈছে মুম্বাইত অৱস্থিত গীতিকা'জ পাকঘৰ (ৰেষ্টুৰেণ্ট)'ৰ স্বতাধিকাৰী গীতিকা শইকীয়া। গীতিকাই পেছাগত ভাৱে মাৰ্কেটিং কমিউনিকেচনচ ক্ষেত্ৰখনত উত্তৰ-পূবৰ খাদ্যৰ প্ৰতি সজাগতা আৰু ভাৰতত উত্তৰ-পূবৰ খাদ্যৰ এক সুকীয়া স্থান যাতে বনাব পাৰে তাৰহকে ১০ বছৰতকৈ অধিক সময় কাম কৰিছিল। ২০ বছৰ মুম্বাইত থকা সময়ছোৱাত মানুহে প্ৰায় তেওঁক অসমীয়া থলুৱা খাদ্যৰ বিষয়ে কবলৈ ধৰিছিল আৰু তেতিয়াই আমাৰ বহুগুণ সম্পন্ন অসমীয়া খাদ্যৰ বিষয়ে মানুহক জনোৱাৰ কথা ভাবিবলৈ লয়। অৱশেষত ২০১৪ চনত কৰ্পোৰেট ক্ষেত্ৰ এৰি গীতিকাই গীতিকা'জ পাকঘৰ আৰম্ভ কৰে য'ত বৰ্তমান নগৰীয়া আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰ পোৱা যায়। ভৱিষ্যতে গীতিকাই বিহুৰ উপৰিও আন খাদ্যৰ লগত জড়িত উৎসৱ যেনে : ন-খোৱা, আলি-আয়ে-লিগাং আদিত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি ইচ্ছা প্ৰকাশ কৰিছে।
.
আপোনালোকৰ মাজতো যদি এনেকুৱা প্ৰতিভা লুকাই আছে তেন্তে পলম নকৰি আমাৰ Facebook pageত inbox কৰক। সেই প্ৰতিভা আমি আপোনালোকৰ আগত দাঙি ধৰিম।
#BornToShine
#nandini #nadinimagazine #womenmagazine #assamesemagazine #womenlifestyle #newtalent #restaurant #owner #lifestyle #assamesemedia #mediahouse #womenpower #guwahati #guwahaticity #assam
2 years ago, on this day, a dream was born ❤ A dream to take passion to a greater horizon. 10,000 km+ of road test reviews, from the remotest jungles to the expressways to bring out the good, bad and ugly of the most desirable set of wheels. 4,000+ camera clicks to filter out the best frames. What's new for the year 3? Stay tuned.. #shutterdrives #turning2 #livetodrive #liveyounglivefree #automotivemedia #mediahouse #secondanniversary #secondbirthday #carsandcoffee #bangaloreblogger #roadtest #carreview #indianautomotive #passionforcars #lovecarslivecars #digitalmedia
The culture is to build consistently powerful and story driven content. That's what brands want, there is no marketing or advertising that can exist without a story
Virality works, humour works, dissent works. Pick up any ideology and build a story that you're working with
We specially like working with the small agencies because they have the best talent on hand and everyone is trying to prove themselves, so the best content always comes to the fore
#brand #brands #agency #content#contentproduction #advertising #marketing#digitalmedia #printmedia #middleman #direct#client #ad #adcampaign #adagency #mediahouse#contentcreator #contentgenerator #influencer #story #viral #media #mediahouse